Old school Easter eggs.
kkallol.xtgem.com

মুখ্য পৃষ্ঠা

ফেচবুক নকৰাকৈ
থাকিব পৰাটো
সহজ । কিন্তু ছিমত
নেট বেলেঞ্চ থাকিও ফেচবুক নকৰাকৈ থকাটো কঠিন ।

(৩১/১০/১৩)
-----------------------------

আজিলৈকে ভাৰতীয় ক্ৰিকেট দলত অসমৰ তথা উত্তৰ পূর্বাঞ্চলৰ কোনোবা এজন
খেলুৱৈক অন্তর্ভুক্ত কৰিছেনে ? উত্তৰ পূর্বাঞ্চলত ভাল
ক্ৰিকেটাৰ নাই নেকি ?
নে ভাৰতে শোষণ
আৰু শাসনৰ বাবে
উত্তৰ পূর্বাঞ্চলৰ ৰাজ্যকেইখনক
ভাৰতৰ অঙ্গ ৰাজ্য হিচাবে ৰাখিছে ? ভাৰতীয় ক্ৰিকেট
দলে ভাল খেল
প্ৰদর্শন কৰাকলৈ
মই উল্লাসিত নহওঁ
কিম্বা বেয়া খেল
প্ৰদর্শন কৰিলেও
মই বিষণ্ণ বা দুখিত
নহওঁ ।

(২৩/১০/১৩)
-----------------------------

অপসংস্কৃতিৰ নামত
কোটি কোটি টকা
খৰচ কৰিব পৰা
অসম ৰাজ্য দুখীয়া
নহয় । অসমৰ মানুহৰ মানসিকতাহে দুখীয়া । অন্যথায় অসমত
দুখীয়া, গৃহহীন,
খাবলৈ নপোৱা মানুহ নাথাকিলহেঁতেন ।

০৮/১০/১৩

© কন্দর্পজিৎ কল্লোল